/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
উমৰাংছ’–লংকা পথৰ ২৩ কিলোত ট্ৰাক-এল্ট'ৰ মুখামুখী সংঘৰ্ষ... road accident
-
নিশা উমৰাংছ’–লংকা পথৰ ২৩ কিলোত দুৰ্ঘটনা।
-
ট্রাক আৰু এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষ।
-
থিতাতে নিহত এজন যুৱক।
-
আনহাতে আহত হৈছে আন ৩জনকৈ লোক।
-
নিহত যুৱকজনৰ নাম বিক্রম ক্র’।
-
ঘটনাৰ পাছতে আহতসকলক চিকিৎসাাৰ বাবে হোজাইলৈ প্রেৰণ।
-
দুৰ্ঘটনাগ্রস্ত এল্ট’খনৰ নম্বৰ AS-01 EU 1393।
-
আনহাতে ট্রাকখনৰ নম্বৰ AS-01 GC 8111।