/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e93e9eff-ee0e-49dc-8b7b-eb6038305935/LUMDING_13.jpg)
লামডিঙত ৰে'ল আৰক্ষীৰ অভিযানত গাঞ্জাসহ দুজনক আটক...
-
লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুজন ৷
-
লামডিং ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ নিষিদ্ধ ভাংখিনি ৷
-
নামনিমুৱা ১৫৯০৯ অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ভাংখিনি।
-
আটকাধীন সৰবৰাহকাৰী দুগৰাকী তামিলনাডুৰ।
-
দুয়োৰে নাম ক্ৰমে অখিলেষ কুমাৰ আৰু মুশৰিফা খাতুন ৷
-
জব্দ কৰা ভাং খিনিৰ পৰিমাণ প্ৰায় ৩০ কেজি।
-
দুয়োগৰাকীয়ে ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল এই ভাং খিনি।
Also Read: বৰ্ষাপাৰাত পঞ্জাৱে আৰম্ভ কৰিছে অনুশীলনঃ আহি পালে ৰাজস্থান ৰয়েলছো...