লামডিং আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ দুই গাঞ্জা সৰবৰাহকাৰী

লামডিং আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ দুই গাঞ্জা সৰবৰাহকাৰী
লামডিং আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ দুই গাঞ্জা সৰবৰাহকাৰী
  • লামডিং আৰক্ষীৰ বৃহৎ সফলতা।

  • বহি:ৰাজ্যৰ সৰবৰাহকাৰীসহ ৪৪ কেজি নিষিদ্ধ ভাং জব্দ।

  • লামডিং আৰক্ষীয়ে আটক কৰিলে নিষিদ্ধ ভাংসহ আটক দুজনক ৷

  • বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে লামডিং আৰক্ষীৰ অভিযানত আটক হয় সৰবৰাহকাৰী দুজন ৷

  • লামডিং ৰেলৱে ষ্টেচনত অভিযান চলাই জব্দ কৰে ভাংসহ দুয়োকে ৷

  • আৰক্ষীয়ে ৪৪ কেজি নিষিদ্ধ ভাং সহ পশ্চিম বংগ নৱদ্বীপৰ ভোলা শ্বেখ আৰু বিহাৰৰ সৌৰভ কুমাৰক আটক কৰে ৷

  • ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আটক কৰে দুয়োজনকে ৷

  • ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীয়ে লামডিং থানাত এটি গোচৰু ৰুজু কৰিছে ৷

লামডিং আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ দুই গাঞ্জা সৰবৰাহকাৰী
আলি আয়ে লৃগাংৰ প্ৰস্তুতিৰে ঢকুৱাখনাত যুৱ শক্তি নামিছে পথাৰত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in