/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/538cca0f-1d9d-4cd0-85c5-745c43da5137/lumding_28.jpg)
লামডিং আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ দুই গাঞ্জা সৰবৰাহকাৰী
লামডিং আৰক্ষীৰ বৃহৎ সফলতা।
বহি:ৰাজ্যৰ সৰবৰাহকাৰীসহ ৪৪ কেজি নিষিদ্ধ ভাং জব্দ।
লামডিং আৰক্ষীয়ে আটক কৰিলে নিষিদ্ধ ভাংসহ আটক দুজনক ৷
বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে লামডিং আৰক্ষীৰ অভিযানত আটক হয় সৰবৰাহকাৰী দুজন ৷
লামডিং ৰেলৱে ষ্টেচনত অভিযান চলাই জব্দ কৰে ভাংসহ দুয়োকে ৷
আৰক্ষীয়ে ৪৪ কেজি নিষিদ্ধ ভাং সহ পশ্চিম বংগ নৱদ্বীপৰ ভোলা শ্বেখ আৰু বিহাৰৰ সৌৰভ কুমাৰক আটক কৰে ৷
ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আটক কৰে দুয়োজনকে ৷
ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীয়ে লামডিং থানাত এটি গোচৰু ৰুজু কৰিছে ৷
Also Read: আলি আয়ে লৃগাংৰ প্ৰস্তুতিৰে ঢকুৱাখনাত যুৱ শক্তি নামিছে পথাৰত...