/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
dangor khabar
-
লংকাৰ উদালী কছাৰী গাঁৱত মাৰপিটৰ ঘটনা।
-
ভূমি কেন্দ্রীক সংঘাতৰ বাবে সৃষ্টি হয় এই মাৰপিটৰ ঘটনা।
-
এদল লোকে আক্রমণ কৰে আব্দুল মতিন নামৰ এজন লোকক।
-
গুৰুতৰভাৱে আহত আব্দুল মতিন।
-
ইয়াৰোপৰি আহত হৈছে আব্দুল মতিনৰ পৰিয়ালৰ কেইবাগৰাকীও মহিলা।
-
ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত গোচৰ ৰুজু।
Also Read: বঢ়মপুৰৰ বিদ্যালয়ত চুৰিকাণ্ড...