/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
হোজাইত গুলীচালনাৰ ঘটনাঃ এজন আহত...
হোজাইত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।
এই ঘটনাত আহত হৈছে এজন যুৱক।
হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে এই ঘটনা।
আৰিফুদ্দিন নামৰ এজন যুৱকৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ।
আৰিফুদ্দিনৰ গুলীত আহত চাহাবুদ্দিন নামৰ এজন যুৱক।
আহত চাহাবুদ্দিনক হোজাইৰ হাম হাস্পতালত ভৰ্তি।
ব্যৱসায় জনিত লেনদেনক কেন্দ্ৰ কৰিয়েই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
Also Read: হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...