জালনোট সৰবৰাহকাৰীৰ বাহন দুৰ্ঘটনাত পতিত...

জালনোট সৰবৰাহকাৰীৰ বাহন দুৰ্ঘটনাত পতিত...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

জালনোট সৰবৰাহকাৰীৰ বাহন দুৰ্ঘটনাত পতিত...

ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত পতিত জালনোট সৰবৰাহকাৰী। বৃহস্পতিবাৰে লংকাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ এ এছ ০২ এ ৯২০১।

Advertisment

দুৰ্ঘটনাত পতিত বাহনখনত আছিল তিনিজনকৈ লোক। দুৰ্ঘটনাৰ পাছতে পোহৰলৈ আহে এই বাহনখনত কঢ়িয়াই অনা জালনোট। বাহনখনত উদ্ধাৰ হৈছে প্ৰায় ৫০ লাখ টকাৰ জালনোট।

জানিব পৰা মতে এই জালনোটখিনি লখিমপুৰ জিলাৰ বঙালমৰাৰ কঢ়িয়াই আনিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদালী আৰক্ষীয়ে জব্দ কৰিছে বাহনখনৰ লগতে ধনখিনি।

আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি এই ধনখিনি সৰবৰাবৰ তথ্য লাভ কৰিছিল কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষীয়ে।

Also Read: ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে এছ অ' পি প্ৰকাশঃ চাওঁক সবিশেষ...

পথ দুৰ্ঘটনা জালনোট