New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
ডবকাত যাত্রীবাহী বাছত দুৰ্বৃত্তৰ আক্রমণ।
বাছখনৰ পৰিচালকক চোকা অস্ত্রৰে আক্রমণ দুৰ্বৃত্তৰ দলটোৰ।
আক্রমণত আহত গিয়াছউদ্দিন নামৰ পৰিচালকজন।
ৰাইজে খেদি খেদি আটক কৰে এটা অস্ত্রধাৰীক।
বাছখনৰ নং- এ এচ ০২ এ চি ১৫৬৭।
Also Read: মণিপুৰত পুনৰ অৱৰোধ হ’ব ২নং ৰাষ্ট্রীয় ঘাইপথ!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us