New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cff014a5-eccc-4f8e-a55c-ca98fed825dc/11.jpg)
লংকাত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ
নিশা খাৰিখানাত ১০ খনকৈ গৰু ভৰ্তি চাৰিচকীয়া বাহন জব্দ ৰাইজৰ
১০ খন গাড়ীত আছিল ৯৭ টাকৈ গৰু
খাৰিখানাত আৰক্ষী উপস্থিত হৈ গৰুভৰ্তি বাহন কেইখনমান জব্দ কৰে
আটক ৮ জন চালক
লংকা আৰক্ষীৰ তদন্ত অব্যাহত
Also Read: বিদ্যুৎ বিভাগৰ চৰম গাফিলতিঃ তাঁৰত লাগি মৃত্যু উত্তৰ প্ৰদেশৰ চালকৰ