নৃশংস! আত্মীয়লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে মহিলাক...

: হোজাইৰ মোৰাঝাৰৰ সদৰগাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। আত্মীয় লোকে মৰিয়াই মৰিয়াই হত্যা কৰে এগৰাকী মহিলাক।
নৃশংস! আত্মীয়লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে মহিলাক...

ডিজিটেল ডেস্ক: হোজাইৰ মোৰাঝাৰৰ সদৰগাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। আত্মীয় লোকে মৰিয়াই মৰিয়াই হত্যা কৰে এগৰাকী মহিলাক।

গিয়াছ উদ্দিনৰ পত্নী তথা দুই সন্তানৰ মাতৃ চম্পা বেগমক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৬জনকৈ লোকক।

আটক হোৱা লোককেইজন ক্ৰমে- আতিকুৰ ৰহমান, ৰোকচানা বেগম, ময়ৰুন নেচা, হুছনা বেগম, ফাতেহা বেগম আৰু ৰিজৱান আহমেদ। মোৰাঝাৰ আৰক্ষীয়ে চম্পা বেগমৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: ৩ মাহত কাজিৰঙালৈ আহিল ১লাখ ৩৮ হাজাৰ ১৭ জন পৰ্যটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in