New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
নিশা কচুৱাৰ বিৰিঙাআটিত আৰক্ষীৰ অভিযান
অভিযানত এগৰাকী মহিলাৰ ঘৰৰ পৰা ৬০ টা ড্ৰাগছ ভৰ্তী কণ্টেনাৰ জব্দ
আৰক্ষী বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত চলিছিল এই অভিযান
ইয়াৰোপৰি পলিথিনৰ পেকেটতো ৭-২৬ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়
আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি জেৰা অব্যহত ৰাখিছে।
Also Read: উলুবাৰীৰ ৰ’য়েল অৰ্কেডৰ ঘটনাঃ ৪জনক আটক CBIৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us