/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ceed68ee-5320-47bb-b686-d7ffec8386f7/7.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ উত্তৰ পূৱ ভাৰতৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যণত বুধবাৰে এটি চকু অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷
কক্ষটি মুকলি কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে চকু চিকিৎসাৰ ক্ষেত্ৰত শংকৰ মিশ্যনৰ এটি ডাঙৰ অভাৱ দুৰ হ’ল আৰু ইয়াত চকু অস্ত্ৰোপচাৰৰ সম্পূৰ্ণকৈ বিনামূলীয়াকৈ সেৱা আগবঢ়াই যোবা কথা উল্লেখ কৰে ৷
Also Read: প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পালে পুনৰ বিজেপিত যোগদান কৰে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us