মথুৰাপুৰত কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো কাৰ্যসূচী

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি অন্তগৰ্ত মথুৰাপুৰত বৃহস্পতিবাৰে মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা কংগ্ৰেছ

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো কাৰ্যসূচী

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি অন্তগৰ্ত মথুৰাপুৰত বৃহস্পতিবাৰে মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা কংগ্ৰেছ দলৰ লাকুৱা ব্লক কমিটিৰ উদ্যোগত তথা নিমনাগড় মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত"হাথ ছে হাথ জোড়ো" কার্যসূচী শুভাৰম্ভ কৰি এক যাত্ৰা উলিয়াই।

Advertisment

এই কাৰ্যসূচীত বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙ্গীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকীৰ লগতে প্ৰদেশ আৰু জিলা কংগ্ৰেছৰ কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

আৰু পঢ়কঃ সমাজ সংগঠক ৰমেশ চন্দ্ৰ পাটোৱাৰীৰ স্মৃতিগ্ৰন্থ "প্ৰজ্ঞাসাধক" উন্মোচন

assam congress congress