শীঘ্ৰেই বিজেপিত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে…

শীঘ্ৰেই বিজেপিত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে…

author-image
asomiyapratidin
New Update
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব হাৰ্দিক পেটেলে…

 ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে কংগ্ৰেছৰ সকলো পদৰ লগতে দল ত্যাগ কৰিছিল গুজৰাটৰ নেতা হাৰ্দিক পেটেলে। ইয়াৰ পাছতেই নেতা গৰাকীক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।

একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছিল যে নেতা গৰাকীয়ে বিজেপি নে আপত যোগদান কৰিব। তাৰপাছতেই নেতা গৰাকীয়ে এই সন্দৰ্ভত বিতৰ্কৰ পৰা বিৰত আছিল।

জানিব পৰা মতে ২ জুনত হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰিব। বিজেপিৰ সূত্ৰই জানিব দিছে এই কথা। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই।

আৰু পঢ়ক: হোৱাটচ এপৰ পৃথিৱী…

congress bjp hardik patel