বিদ্যুতৰ খুঁটাত খুন্দা মাৰি সংকটজনক অৱস্থাত যুৱক

বিদ্যুতৰ খুঁটাত খুন্দা মাৰি সংকটজনক অৱস্থাত যুৱক

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ নয়নপুৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা। ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক। এখন মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

উল্লেখ্য যে, আহত যুৱকজনৰ নাম অজিত দাস (৩৮)। অতি সংকটজনক অৱস্থাত হাজো হাস্পাতালত ভৰ্তি কৰোৱা হয় যুৱকজনক।

বিদ্যুতৰ খুঁটাত খুন্দা মাৰি সংকটজনক অৱস্থাত যুৱক
কুমাৰীকাটাত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in