/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-30.jpg)
দিন বেয়া আছিল চোৰৰ ! পলায়ো নাপালে ৰক্ষা, পুনৰ পিন্ধিলে হেণ্ডকাফ...
হাজো আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে চোৰ।
৩ দিনৰ পূৰ্বে আটক কৰিছিল চোৰটোক।
অৱশ্যে হাজো আৰক্ষীয়ে পুনৰ কৰায়ত্ত কৰিলে চোৰটোক।
চোৰটোৰ নাম কমলজ্যোতি পাঠক ওৰফে চিকু।
সোধা-পোছাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল চোৰটোৱে।
২৪ ঘণ্টা নৌহওঁতেই পুনৰ হাজো আৰক্ষীয়ে আটক কৰে চোৰটোক।
ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সুমিত মাহাতোৱে খেদি খেদি ধৰে কমলজ্যোতিক।
Also Read: প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ'ৱে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us