/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/82523b74-b8f0-46fa-b043-18b81333a123/hailakandi_08.jpg)
হাইলাকান্দিৰ মৰেল পুলিচিঙৰ সৈতে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ...
ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা।
হাইলাকান্দিত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা।
ঘটনাৰে সৈতে জড়িত মুঠ ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ।
চুৰিৰ সন্দেহত এজন যুৱকক নৃশংস প্ৰহাৰ কৰিছিল একাংশই।
বিচনাত বগৰাই হাতে ভৰিয়ে বান্ধি নিৰ্মম প্ৰহাৰ কৰাৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত।
ইয়াৰ পিছতে ৰাজ্যৰ আৰক্ষী অধীক্ষক জি পি সিঙে তাৎক্ষণিক ভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
আৰক্ষীয়ে অতি তৎপৰতাৰে আটক কৰিলে মূল অভিযুক্ত নিজামুদ্দিন বৰভূঞাক।
আটক কৰিছে পৰিয়ালৰ আন ৩ জন সদস্যকো।
হাইলাকান্দিকৰ কৃষ্ণপুৰত সংঘটিত হৈছিল এই ঘটনা।
Reference Hailakandi viral video of torture - the main accused Nizamuddin Borbhuyan has been arrested by @HailakandiPolic along with three others. Lawful action follows. @assampolice@CMOfficeAssampic.twitter.com/BTtUsQTWER
— GP Singh (@gpsinghips) February 7, 2023
Also Read: আজিৰে পৰা অসমৰ আকাশত উৰিব পৱন হংসঃ গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, যোৰহাটক কৰিব সংযোগ...