বিলাসীপাৰাৰ সাপটগ্রাম অগ্নিকাণ্ড...
বিলাসীপাৰাৰ সাপটগ্রাম অগ্নিকাণ্ড...

বিলাসীপাৰাৰ সাপটগ্রাম অগ্নিকাণ্ড...

প্রায় ৮ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ
  • বিলাসীপাৰাৰ সাপটগ্রাম ভেলাকোবা ৩য় খণ্ড গাঁৱত অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ লগতে এখন দোকান ঘৰ ভস্মীভূত।

  • শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ।

  • আলাবক্স আলী নামৰ লোকজনৰ বাসগৃহ আৰু দোকানত এই অগ্নিকাণ্ড।

  • জুইত জাহ যায় ধান, চাউল, মৰপাটকে ধৰি নথিপত্রও।

  • প্রায় ৮ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ।

  • স্থানীয় ৰাইজৰ তৎ‍পৰতাত নিৰ্বাপিত জুই।

বিলাসীপাৰাৰ সাপটগ্রাম অগ্নিকাণ্ড...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৱাহাটীত এফ আই আৰ দাখিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in