/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
বিলাসীপাৰাৰ সাপটগ্রাম অগ্নিকাণ্ড...
বিলাসীপাৰাৰ সাপটগ্রাম ভেলাকোবা ৩য় খণ্ড গাঁৱত অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ লগতে এখন দোকান ঘৰ ভস্মীভূত।
শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ।
আলাবক্স আলী নামৰ লোকজনৰ বাসগৃহ আৰু দোকানত এই অগ্নিকাণ্ড।
জুইত জাহ যায় ধান, চাউল, মৰপাটকে ধৰি নথিপত্রও।
প্রায় ৮ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ।
স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত জুই।
Also Read: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৱাহাটীত এফ আই আৰ দাখিল...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us