/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
মহানগৰীৰ বৰবাৰীৰ মেগজিনত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী।
মঙলবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন।
এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত লোকজন।
ভিআইপি ৰোডৰ মেগজিনত সংঘটিত এই দুৰ্ঘটনা।
ছয়মাইল দিশৰ পৰা আহি আছিল বাইক আৰোহীজন।
Also Read: গুৱাহাটীত আফগানিস্তানৰ হাতত পৰাস্ত ভাৰত