নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ROAD ACCIDENT
ROAD ACCIDENT
  • সোমবাৰে নিশা মহানগৰীৰ ABC পইণ্টত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ পোষ্টত খুন্দা চাৰিচকীয়া বাহনৰ।

  • দুৰ্ঘটনাত ভাঙি চূৰমাৰ হয় XCENT বাহনখন।

  • আহত বাহনখনৰ চালকসহ আন দুই আৰোহী।

  • গুৰুতৰভাৱে আহত চালকজনক GMCHলৈ প্রেৰণ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত।

ROAD ACCIDENT
আদিত্য এল-১ প্ৰক্ষেপনৰ দিনা গম পাইছিলো মই দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলিঃ এছ সোমনাথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in