New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6da993d3-6e26-43b1-bd26-660802d5fa04/uiui.jpg)
মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড।
হত্যাৰ বলি হোৱা যুৱকজনৰ নাম ইক্ৰাম হুছেইন।
সোমবাৰে নিশা গনেশগুৰিত দলবদ্ধ আক্ৰমন কৰিছিল ইক্ৰামক।
সামান্য কথাতে মুৰত প্ৰচণ্ড আঘাত কৰাৰ অভিযোগ।
লগে লগে দিচপুৰ পলিক্লিনিক ভৰ্তি কৰিছিল পৰিয়ালৰলোকে।
কিন্তু দিনৰ তিনি বজাত হাস্পতালতে মৃত্যু হয় যুৱকজনৰ।
ঘটনা সন্দৰ্ভত দিচপুৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us