মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড
  • মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড।

  • হত্যাৰ বলি হোৱা যুৱকজনৰ নাম  ইক্ৰাম হুছেইন।

  • সোমবাৰে নিশা গনেশগুৰিত দলবদ্ধ আক্ৰমন কৰিছিল ইক্ৰামক।

  • সামান্য কথাতে মুৰত প্ৰচণ্ড আঘাত কৰাৰ অভিযোগ।

  • লগে লগে দিচপুৰ পলিক্লিনিক ভৰ্তি কৰিছিল পৰিয়ালৰলোকে।

  • কিন্তু দিনৰ তিনি বজাত হাস্পতালতে মৃত্যু হয় যুৱকজনৰ।

  • ঘটনা সন্দৰ্ভত দিচপুৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ।

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড
এনেই শীতৰ প্ৰকোপ তাতে আকৌ আহি আছে প্ৰবল বৰষুণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in