/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/780d78dd-57db-496a-ab87-6aae298b231f/111.jpg)
আমচাং অভয়াৰণ্যৰ চাৰিসীমা নিৰ্ধাৰণৰ প্রসংগ
অন্তিম সময়সীমা বান্ধি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
৮ সপ্তাহৰ ভিতৰত বন বিভাগে দাখিল কৰিব লাগিব প্রতিবেদন
এই প্রতিবেদনত চাৰিসীমাৰ কথা স্পষ্টকৈ উল্লেখ থাকিব লাগিব
২০১৩ চনতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল উচ্চ ন্যায়ালয়ে
অভয়াৰণ্যখনৰ চাৰিসীমাৰ মেপ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল বন বিভাগক
চৰকাৰী তথ্য মতে চাৰ্ভে অৱ ইণ্ডিয়াই চাৰিসীমা নিৰ্ধাৰণৰ কাম কৰি আছে
Also Read: ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল মন্ত্ৰী পিযুুষ হাজৰীকাৰ