সুন্দৰী যুৱতীয়ে কৰি আহিছিল প্ৰৱঞ্চনা! অৱশেষত পৰিল আৰক্ষীৰ জালত

সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব। পৰিব পাৰে প্ৰৱঞ্চনাৰ জালত। বহু সময় একাংশ যুৱক-যুৱতীয়ে প্ৰৱঞ্চনাৰ জাল পেলাই আহিছে।

author-image
Asomiya Pratidin
New Update
সুন্দৰী যুৱতীয়ে কৰি আহিছিল প্ৰৱঞ্চনা! অৱশেষত পৰিল আৰক্ষীৰ জালত

ডিজিটেল ডেস্ক: সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব। পৰিব পাৰে প্ৰৱঞ্চনাৰ জালত। বহু সময় একাংশ যুৱক-যুৱতীয়ে প্ৰৱঞ্চনাৰ জাল পেলাই আহিছে। কোনোৱে কিবা কোম্পানী বা বিভিন্ন আঁচনিৰ লালসা দেখুৱাই সাধাৰণ লোকক লুটি খায়।

Advertisment

এইবাৰ মহানগৰীত সংঘটিত হৈছে এনে এক ঘটনা। বহু দিন ধৰি ভুৱা কথাৰে গ্ৰাহকক লুট চলোৱা প্রৱঞ্চক পৰলি আৰক্ষীৰ জাল। ভঙাগড় আৰক্ষীৰ জালত পৰে মহিলাসহ ২ প্রৱঞ্চক।

ধৃত প্ৰৱঞ্চক ৰিহাবাৰীৰ নিকীতা তিয়াৰী, গীতানগৰৰ জ্যোতিষ্মান লহকৰ বুলি জানিব পৰা গৈছে। আনটো ধৃত আনটো সৰবৰাহকাৰী নাগালেণ্ডৰ ৰাজেশ মণ্ডল।

মহানগৰীৰ ওদালবাক্রাৰ পৰা তিনিওকে আটক । ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি ৰাইজৰ পৰা সৰকাইছিল ধন। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।

আৰু পঢ়ক: লংকাৰ ৰে’ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Assam police