/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/10147be7-9248-47a3-8b51-33eb5d526e2d/download.jpg)
-
লংকাৰ ৰে’ল পথত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
-
ৰে’ল পথত মূৰ কটা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।
-
ৰে’ল ষ্টেচনৰ সমীপৰ ৪নং ৱাৰ্ডৰ গোবিন্দনগৰত এই ঘটনা।
-
মৃত যুৱকজনক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই।
-
অসাৱধানবশতঃ ৰে’লৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ।
-
নামনিমুৱা জনশতাব্দী এক্সপ্রেছৰ পৰা পৰাৰ সন্দেহ।