/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানত অঘটন।
টেক অফৰ সময়ত হঠাৎ যাত্ৰীয়ে খুলিলে জৰুৰীকালিন দুৱাৰ।
যাত্রীজন অসম বিজেপিৰ উপ সভাপতি জয়ন্ত দাস।
জয়ন্ত দাসে হঠাৎ খুলিলে জৰুৰীকালিন দুৱাৰ।
এয়াৰ ইণ্ডিয়া বিমানত সংঘটিত এই ঘটনা।
বিমানখনৰ টেক অফৰ নিৰ্ধাৰিত সময় আছিল ১২.৫৫ বজাত।
বৰ্তমান যাত্রীসহ দিল্লী বিমানবন্দৰতেই ৰখাই থোৱা হৈছে বিমানখন।
জয়ন্ত দাসক সোধাপোছা অব্যাহত নিৰাপত্তাৰক্ষীৰ।
Also Read: মাত্ৰ ১ টা দিন বাকী, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us