/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/740f37d5-6be5-4985-ab4e-13eb066a85f3/sobha.jpg)
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা
ডিজিটেল সংবাদ,কাজিৰঙাঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়,কাজিৰঙাৰ দ্বিতীয় বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ ৷ বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠান,প্ৰতিযোগিতাৰ পাছত উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/946b1560-e21b-4642-adcf-e6cffeb03623/a6ff3166_6675_4edd_97c5_da1ddb848d72.jpg)
শোভাযাত্ৰাত ভাগৱত যাত্ৰা,বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ ২০২০ চনত জন্ম লাভ কৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাই আগন্তুক দিনত পৰিপক্ক ৰূপ পোৱাৰ লগতে এই যাত্ৰা আগুৱাই যাৱ বুলি আশাবাদী মহাবিদ্যালয় কৰ্তৃপক্ষ ৷
আৰু পঢ়কঃ আসন বুজাবুজিৰ দাবীৰে ক'হিমা আৰু ডিমাপুৰত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ