চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

ডিজিটেল সংবাদ,কাজিৰঙাঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়,কাজিৰঙাৰ দ্বিতীয় বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ ৷ বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠান,প্ৰতিযোগিতাৰ পাছত উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷

শোভাযাত্ৰাত ভাগৱত যাত্ৰা,বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ ২০২০ চনত জন্ম লাভ কৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাই আগন্তুক দিনত পৰিপক্ক ৰূপ পোৱাৰ লগতে এই যাত্ৰা আগুৱাই যাৱ বুলি আশাবাদী মহাবিদ্যালয় কৰ্তৃপক্ষ ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in