ৰহস্য ফাদিল! প্ৰেমজনিত কাৰণত আত্মহত্যা কৰিছিল মেধাৱী ছাত্ৰী গৰাকীয়ে

গোৰেশ্বৰৰ বাঘডোবা গাঁৱৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ। প্রেমজনিত কাৰণত আত্মহত্যা কৰাৰ সন্দেহ ছাত্ৰী গৰাকীয়ে ।
ৰহস্য ফাদিল! প্ৰেমজনিত কাৰণত আত্মহত্যা কৰিছিল মেধাৱী ছাত্ৰী গৰাকীয়ে

ডিজিটেল ডেস্ক: গোৰেশ্বৰৰ বাঘডোবা গাঁৱৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ। প্রেমজনিত কাৰণত আত্মহত্যা কৰাৰ সন্দেহ ছাত্ৰী গৰাকীয়ে ।

ইতিমধ্যে আৰক্ষীৰ জালত অজন্তা বড়ো নামৰ ছাত্রী গৰাকীৰ প্রেমিক প্রকাশ বড়ো।অভিযোগ অনুসৰি অজন্তা বড়োক প্রতাৰণা কৰিছিল প্রেমিক প্রকাশ বড়োৱে। অজন্তাৰ মোবাইল ফোনৰ পৰা পোহৰলৈ আহিছিল ন ন তথ্য। সেই ভিত্তিতেই গ্ৰেপ্তাৰ কৰে প্ৰেমিকক।

উল্লেখ্য যে, ১ ডিচেম্বৰত আত্মহত্যা কৰিছিল কটনৰ স্নাতকৰ ছাত্রীগৰাকীয়ে।গোৰেশ্বৰৰ নিজ গৃহত চিপ লৈ আত্মহত্যা কৰিছিল ছাত্রীগৰাকীয়ে। এই আত্মহত্যা কাণ্ডত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন চুইচাইড নোটো।

আৰু পঢ়ক:  BCCI ৰ ডাঙৰ সিদ্ধান্ত! ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নতুন বেটিং প্ৰশিক্ষক নিযুক্তি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in