নিউ গুৱাহাটী ৰে'লৱে সুৰক্ষা বাহিনীত জব্দ ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক...

নিউ গুৱাহাটী ৰে'লৱে সুৰক্ষা বাহিনীত জব্দ ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক...
  • নিউ গুৱাহাটী ৰে'লৱে সুৰক্ষা বাহিনীত জব্দ ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক

  • আদালতৰ বিচাৰাধীন হৈ থকা সামগ্রী বিক্রী কৰাৰ চক্রান্ত ৰে'লৱে সুৰক্ষা বাহিনী নিউ গুৱাহাটীৰ

  • মঙলবাৰে নিশা AS-01 BC 4283 নম্বৰৰ ট্রাকত নিছিল সামগ্রীখিনি

  • ৰে'লৱে সুৰক্ষা বাহিনী নিউ গুৱাহাটীৰ উপ-পৰিদৰ্শকে জব্দ কৰে ট্রাকখন

  • সামগ্রীখিনিৰ লগতে আটক চালক আৰু হেণ্ডিমেনক

  • আটক চাহিদুল ইছলাম, চাহাবুল ইছলাম

  • আইনৰ নিৰ্দেশ অনুযায়ী সামগ্রীসমূহ নিব লাগিছিল নিজ নিজ বিভাগত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in