/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/32a888d5-3cd3-47c0-8a91-aa2377e8a715/111.jpg)
নিউ গুৱাহাটী ৰে'লৱে সুৰক্ষা বাহিনীত জব্দ ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক
আদালতৰ বিচাৰাধীন হৈ থকা সামগ্রী বিক্রী কৰাৰ চক্রান্ত ৰে'লৱে সুৰক্ষা বাহিনী নিউ গুৱাহাটীৰ
মঙলবাৰে নিশা AS-01 BC 4283 নম্বৰৰ ট্রাকত নিছিল সামগ্রীখিনি
ৰে'লৱে সুৰক্ষা বাহিনী নিউ গুৱাহাটীৰ উপ-পৰিদৰ্শকে জব্দ কৰে ট্রাকখন
সামগ্রীখিনিৰ লগতে আটক চালক আৰু হেণ্ডিমেনক
আটক চাহিদুল ইছলাম, চাহাবুল ইছলাম
আইনৰ নিৰ্দেশ অনুযায়ী সামগ্রীসমূহ নিব লাগিছিল নিজ নিজ বিভাগত
আৰু পঢ়ক : বৃদ্ধি পালে মিজোৰামৰ শিলৰ কুৱেৰীত মৃতকৰ সংখ্যা...