/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/30f1f1f4-b984-4498-88dc-26e458321ea0/bokakhat_16.jpg)
বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ...
বোকাখাতৰ কুৰুৱাবাহীত অঘটন।
নিকৰিঘাটৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ।
বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
যুৱকজন কুৰুৱাবাহী সত্ৰৰ হেম শইকীয়াৰ পুত্ৰ টুটুকন শইকীয়া।
ধনশিৰি নদীত সলিল সমাধি ঘটা বুলি সন্দেহ স্থানীয় ৰাইজৰ।
মাছমৰীয়াৰ জালত লাগি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
Also Read: অগপৰ প্ৰাক্তন নেত্ৰী সুৱৰ্ণ বৰাৰ মৃত্যু..