বোকাজানত ৮কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

বোকাজানত ৮কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...
  • বোকাজানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

  • বোকাজানৰ ডিলাইত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ।

  • ডিলাই আৰক্ষীয়ে নাকা তালাচীত ডিমাপুৰৰ পৰা অহা AS14E9137 নম্বৰৰ এখন এল্ট' বাহনৰ পৰা জব্দ কৰে কৰে ৪০হাজাৰটা য়াবা টেবলেট।

  • বাহনখনত গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা চলাইছিল নিচাজাতীয় টেবলেটখিনি।

  • এই সন্দৰ্ভত আৰক্ষীয়ে হোজাইৰ মহম্মদ ইছলাম উদ্দিন আৰু মণিপুৰৰ মুজিবা বেগমক আটক কৰে।

  • জব্দ হোৱা টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৮ কোটি টকা।

বোকাজানত ৮কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...
খামৰেঙ্গা বিলত বৃক্ষ ৰোপন-স্বচ্ছতা অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in