/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bd57adba-f072-411f-8184-35ea2085d145/numaligarh_21.jpg)
নতুনকৈ কামলৈ আহিছিল শৰতঃ নুমলীগড় শোধনাগাড়ৰ পাইপৰ হেঁচাত হেৰুৱালে প্ৰাণ...
নুমলীগড় শোধনাগাড়ত অঘটন।
কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু।
নিহত যুৱকজন বোকাখাত কুৰুৱাবাহীৰ শৰত বৰা ।
পাঞ্জাৱ ইঞ্জিনীয়াৰিং নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱকজন।
গধুৰ পাইপৰ হেঁচাত নিহত হয় যুৱকজন।
আজি নতুনকৈ কৰ্মত যোগদান কৰিছিল যুৱকজনে।
Also Read: সামান্য অমনোযোগিতাৰ বাবেই জ্বলি ছাঁয় হ'ল ২০০ বছৰীয়া আহঁতগছ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us