সাপজুৰীত লোমহর্ষক হত্যাকাণ্ডঃ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

সাপজুৰীত লোমহর্ষক হত্যাকাণ্ডঃ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

author-image
Asomiya Pratidin
New Update
সাপজুৰীত লোমহর্ষক হত্যাকাণ্ডঃ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাতৰ সাপজুৰীত সংঘটিত হ'ল নিকৃষ্ট কাণ্ড। মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত আটক হৈছে দুই পুত্ৰ। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, সাপজুৰী অঞ্চলৰ নিবাসী শেৱালি গগৈ বৰা নামৰ মহিলাগৰাকীক দুই পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্ত পুত্ৰ চন্দন বৰা আৰু মামু বৰাক মাতৃ হত্যাৰ অভিযোগত আটক কৰিছে। এই পৰ্যন্ত ঘটনাৰ কোনো কাৰণ জানিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃত শেৱালি গগৈ বৰাৰ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

Also Read: কটনত নাই কোঠালী! ৩ মাহ ধৰি হোৱা নাই ৰাজনৈতিক বিজ্ঞান বিভাগৰ পাঠদান...

bokakhat