মৰ্মান্তিক ! নিজৰ বন্দুকৰ গুলী লাগি নিহত CRPF জোৱান

সৰুপথাৰৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিজৰ বন্দুকৰ গুলী লাগি নিহত হয় এজন জোৱান

author-image
Asomiya Pratidin
New Update
মৰ্মান্তিক ! নিজৰ বন্দুকৰ গুলী লাগি নিহত CRPF জোৱান

ডিজিটেল ডেস্কঃ সৰুপথাৰৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিজৰ বন্দুকৰ গুলী লাগি নিহত হয় এজন জোৱান। জোৱানজন চি আৰ পি এফ বাহিনী আছিল বুলি জানিব পৰা গৈছে। নিহত জোৱানজনৰ নাম গোলাব হুছেইন।

Advertisment

উৰিয়ামঘাটস্থিত চি আৰ পি এফৰ ১৪২ বাহিনীৰ জোৱান আছিল মৃত হুছেইন। উল্লেখ্য যে, হুছেইনৰ ঘৰ বৰপেটাৰ পকাবেটবাৰীত। কৰ্তব্যৰ পৰা কেম্পলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটানাটো। এই ঘটনাই স্বাভাৱিকতেই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।

Also Read: এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...

CRPF