/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
কাজিৰঙা শিলজুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
-
কাজিৰঙা শিলজুৰিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।
-
এতিয়াও চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো।
-
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহ।
-
চাহ বাগিছাত কৰ্মৰত শ্ৰমিকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
-
কহঁৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Also Read: পুৰণি গাড়ীকেই ৰং সানি মহিন্দ্ৰা ডিলাৰত নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ...