/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6426be3d-4b1d-4c23-9732-c2fa64ff22a7/JAYANTA_BORA_06.jpg)
শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী...
-
পুনৰ গ্ৰেপ্তাৰ হ'ল আৰক্ষীৰ আন এজন উপ-পৰিদৰ্শক।
-
এইবাৰ গ্ৰেপ্তাৰ হ'ল উপ-পৰিদৰ্শক জয়ন্ত বৰা।
-
জয়ন্ত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছিল শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰৰ অভিযোগ।
-
নিজৰ বাসগৃহত শিশু শ্ৰমিক ৰখাৰ উপৰিও শিশু শ্ৰমিকৰ চুলি কাটি, শাৰীৰিক প্ৰহাৰ কৰি চলাইছিল নিৰ্যাতন।
-
ঘটনা সংক্ৰান্তত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পত্নী বনশ্ৰী বৰা আৰু বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ আৰক্ষীৰ।
-
অৱশ্যে দুয়োগৰাকীকে আৰক্ষীয়ে জামিন পৰোৱানাত যাবলৈ দিয়ে।
-
প্ৰয়োজনত পুনৰ দুয়ো হাজিৰ হ'ব লাগিব বোকাখাত আৰক্ষী থানাত।
-
বৰ্তমানো পলাতক ঘটনাৰ মূল অভিযুক্ত তথা জয়ন্ত বৰাৰ খুলশালি বাবুল শইকীয়া।
-
বাবুল বৰাৰ বিৰুদ্ধে১০৬/২৩ নম্বৰত আই পি চিৰ ৩২৩/২২৬/৩৪ ধাৰাত গোচৰ ৰুজু।
-
ইয়াৰোপৰি শ্ৰমিক আইনৰ অধীনতো ৰুজু কৰা হৈছে গোচৰ।
Also Read: জ্বলিয়ে আছে মণিপুৰ, মৰিয়েই আছে মানুহ...