/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/25dc0094-98f3-4bc8-b6c1-5b1f05518db3/accident.jpg)
ফৰকাটিং চক্ৰধৰাত দুৰ্ঘটনাত পতিত হৈ দুই যুৱকৰ কৰুণ মৃত্যু...
নিশা ফৰকাটিং চক্ৰধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড খুন্দা বাইকৰ।
ঘটনাত থিতাতে নিহত দুজন যুৱক।
নিহত দুই যুৱকৰ নাম বিজিত ভূঞা আৰু মাৰ্টিনাছ কেৰকেটা।
ঘটনাস্থলীত নিশাই উপস্থিত হয় আৰক্ষী।
আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।
Also Read: আলফাৰ নামত দাবী কৰা ধন নিবলৈ আহি ঢেকীয়াজুলিত গণৰোষত দুই যুৱক...