/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5187ef0c-8751-468c-825b-3adeae505c7a/accident_29.jpg)
দেৰগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক...
নিশা গোলাঘাটৰ দেৰগাঁৱত পথ দুৰ্ঘটনা।
দেৰগাঁৱৰ উত্তৰ দলজলীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।
এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰে তীব্ৰবেগী পালচাৰ বাইকে।
ফলত থিতাতে নিহত হয় এজন যুৱক।
নিহত যুৱকজন অৰ্ণৱ জ্যোতি দাস।
মৃত অৰ্ণৱৰ ঘৰ দেৰগাঁৱৰ উত্তৰ দলজলীয়া গাঁৱত।
Also Read: লামডিং আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ দুই গাঞ্জা সৰবৰাহকাৰী