কাজিৰঙাত পথ দুৰ্ঘটনা : বনকৰ্মী আহত

কাজিৰঙাত পথ দুৰ্ঘটনা : বনকৰ্মী আহত

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পোনা বাউৰী নামৰ এগৰাকী বনকৰ্মী আহত হয় ৷

Advertisment

কাজিৰঙাৰ হাতীখুলিৰ বনশিবিৰলৈ চাইকেলেৰে গৈ থকা অৱস্থাত শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত এখন মটৰচাইকেলে বনকৰ্মীজনক খুন্দা মাৰে ৷ ফলত ছিটিকি পৰি আহত হয় বনকৰ্মীজন ৷ সম্প্ৰতি কহঁৰাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Also Read: আজি মহাষ্টমী : মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দুৰ্গা

Assam police kaziranga kahara