/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
গোলাঘাটৰ তেলেলীতলৰ সমীপৰ নোগোৰা আলিত পথ দুৰ্ঘটনাত এজন নিহত ।
-
AS-05 R 7262 পালচাৰ বাইকখনেৰে গোলাঘাটৰ দিশৰ পৰা গৈ আছিল যুৱকজন।
-
জানিব পৰা মতে বিপৰীত দিশৰ পৰা অহা এখন অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰে ।
-
পথাৰত চিটিকি পৰা যুৱকজন থিতাতে নিহত হয়।
-
ঘটনাস্থলীত ফৰকাটিং থানাৰ আৰক্ষী আৰু গোলাঘাট যানবাহন শাখাৰ আৰক্ষী উপস্থিত ৷
-
নিহত যুৱকজন দৈয়াং চাহবাগিছাৰ মণ্টু গড় বুলি জানিব পৰা গৈছে ৷