New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fa7797a7-4ed6-4527-849c-730e94f4fdec/9.jpg)
-
কাজিৰঙাত অঘটন৷
-
বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী৷
-
বাগৰি বনাঞ্চলৰ ভৈচামাৰী এলেকাত কৰ্তব্যৰত অৱস্থাত সংঘটিত হয় এই ঘটনা৷
-
আহত বনকৰ্মী জনৰ নাম নাৰায়ন দাস ৷
Also Read: ৯ দিনীয়া কাৰ্যসূচীৰে মেৰাপানীত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ