New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ff44e9a4-9d51-4bdd-aee0-9c171c574cf5/338.jpg)
-
বোকাখাতৰ কৈলাখাতত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান।
-
ৰাইজে খেদি খেদি ধৰিলে ৪ জন যুৱকক।
-
ড্ৰাগছ সেৱন আৰু বিক্ৰীৰ লগত জড়িত আছিল যুৱক কেইজন।
-
বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত আছে যুৱক কেইজন।
Also Read: শিঙাৰপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড