/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9b431c61-ed37-4f29-af3e-5c628a529cb3/AP_FOR_WEB_new_format__3_.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট মিডিয়া ফ'ৰামে এইবছৰৰ পৰা শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এইবেলি প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ একালৰ ঘনিষ্ঠ সহযোগী বিকাশ শৰ্মাক এই বঁটা প্ৰদান কৰা হ'ব। ১৭ মে'ত সংগঠনটোৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হবলগীয়া এক কাৰ্যসূচীত বিকাশ শৰ্মাক এই বঁটা প্ৰদান কৰা হ'ব।
Also Read: অৰুণাচল প্ৰদেশত দেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ নাবালিকা উদ্ধাৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us