New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
গোলাঘাটৰ বকিয়ালত হাতীৰ আক্ৰমণত নিহত এজন...
গোলাঘাটৰ বকিয়ালত হাতী-মানুহৰ সংঘাত।
বকিয়ালৰ ১নং ৰংবঙত বন্যহস্তীৰ আক্রমণ।
বনৰীয়া হাতীৰ আক্রমণত নিহত এজন যুৱক।
নিহত যুৱকজনৰ নাম বাবু কুৰ্মী।
নিশা হাতী খেদিবলৈ যাওতে সংঘটিত এই ঘটনা।
ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ
Also Read: মহানগৰীৰ জু ৰোডত চাঞ্চল্যকৰ ঘটনা