বিশিষ্ট কবি-সাহিত্যিক নিজৰা বৰঠাকুৰ পথ দুৰ্ঘটনাত আহত

বিশিষ্ট কবি-সাহিত্যিক নিজৰা বৰঠাকুৰ পথ দুৰ্ঘটনাত আহত

author-image
Asomiya Pratidin
New Update
বিশিষ্ট কবি-সাহিত্যিক নিজৰা বৰঠাকুৰ পথ দুৰ্ঘটনাত আহত

ডিজিটেল সংবাদ,বোকাখাত : বিশিষ্ট কবি,সাহহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ পথ দুৰ্ঘটনাত আহত হয়। বোকাখাত নগৰৰ মাজেদি খোজকাঢ়ি গৈ থাকোতে এখন স্কুটিয়ে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে বিশিষ্ট সাহিত্যিকগৰাকীক।

Advertisment

বৰ্তমান যোৰহাটৰ চিটি হাস্পতালত চিকিৎসাধীন বিশিষ্ট সাহিত্যিকগৰাকী। বুধবাৰে চিকিৎসক ভাস্কৰ ভাগৱতীৰ তত্বাৱধানত কঁকালৰ গুৰুতৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হ'ব বিশিষ্ট সাহিত্যিকগৰাকীৰ।

Also Read: মণিপুৰত KYKL উগ্ৰপন্থীৰ পৰা পিষ্টল,গুলি আৰু নগদ ধন জব্দ

litterateur poet