/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a3d300d3-f3fe-4045-b58f-216ba15f48af/MANGALDOI 23.jpg)
ৰাজ্যিক টাইকোৱাণ্ড প্রতিযোগিতাত বেকাজানৰ ৯ খেলুৱৈৰ পদক লাভ...
ডিজিটেল সংবাদ বেকাজানঃ ১৮ জুলাই ২০২৪ ৰ পৰা ২১ জুলাই ২০২৪ লৈ দৰং জিলাৰ মঙ্গলদৈ মহাবিদ্যালয় মেলপমাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক টাইকোৱাণ্ড প্রতিযোগিতাত তিতাবৰ জিলাৰ হৈ অংশগ্ৰহণ কৰা বেকাজান টাইকোৱাণ্ড একাডেমিৰ খেলুৱৈসকলে ৯ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a299e194-80ec-4e16-bb62-a2ef6c0a14c1/8ac0659d-a8b1-4582-8c86-1206199d806b.jpg)
উল্লেখ্য যে, প্ৰতিযোগিতাখনত বেকাজান টাইকোৱাণ্ড একাডেমিৰ মুঠ ১২ জন খৈলুৱৈ অংশ গ্রহণ কৰিছিল। ইয়াৰে এজনে ১ টা সোণ, চাৰিজনে ৰূপ আৰু অন্য চাৰিজনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
পদকপ্ৰাপ্ত আটাইকেইগৰাকী খেলুৱৈৰ সফলতাত স্থানীয় ৰাইজ, দল-সংগঠন, তথা একাডেমিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।
Also Read: বড়োলেণ্ডৰ ছহিদ পৰিয়ালক শীঘ্ৰেই ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিবলৈ দাবী...