/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr.jpg)
দেৰগাঁৱৰ নাহৰণিত ভয়ংকৰ অগ্নিকাণ্ড।
এখন গেলামালৰ দোকানৰ পৰা সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডৰ ফলত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়।
ঘটনাত জীৱন্তে অগ্নিদগ্ধ এগৰাকী বয়োজ্যেষ্ঠ মহিলা।
অগ্নিদগ্ধ মহিলাগৰাকীৰ নাম মলিনা বেগম।
অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ দ্বাৰা জুই নিয়ন্ত্রণ কৰাৰ চেষ্টা অব্যাহত আছে।
Also Read: তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনঃ ভাষাৰ ওজাক সোঁৱৰি গছপুলি ৰোপণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us