লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপন

লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপন

ডিজিটেল সংবাদ,ঘিলাধাৰী : গোলাঘাট পূব শিক্ষাখণ্ডৰ অধীনৰ লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত স্থানীয় ৰাইজৰ সহযোগত যোৱা ২ ফেব্ৰুৱাৰী পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈছে মহাৰজত জয়ন্তী ৷ শনিবাৰে দ্বিতীয় দিনা বিদ্যালয় প্ৰাংগনৰ পৰিৱেশ উদুলি-মুদুলি হৈ পৰে ৷

পুৱা বিদ্যালয় প্ৰাঙ্গণৰ পৰা মক্ৰং তিনিআলিলৈকে প্ৰায় ৩ কিঃমিঃ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি, নৃত্যই অঞ্চলবাসীক আপ্লুত কৰে।

লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপন
হাজোত একাঙ্কিকা নাট প্ৰতিযোগিতা সমাৰোহ উদ্বোধন জিতুল সোনোৱালৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in