গোলাঘাটত চোৰাং তেলৰ বৃহৎ‍ ঘাটি উৎখাত

গোলাঘাটত চোৰাং তেলৰ বৃহৎ‍ ঘাটি উৎখাত
  • গোলাঘাটত চোৰাং তেলৰ বৃহৎ‍ ঘাটি উৎখাত

  • চোৰাং তেলৰ ব্যৱসায়ত জড়িত খাদিমুল হুছেইন নামৰ এজনক আটক

  • টেংকাৰৰ পৰা চোৰাংকৈ তেল উলিয়াই থকাৰ সময়তে হাতে-লোটে আটক

  • লুৰুকীহাটৰ আখৈফুটীয়াত চলিছিল আৰক্ষীৰ অভিযান

  • দীৰ্ঘদিনৰে পৰা লোকজনে ঘৰৰ পৰাই চলাই আহিছিল তেলৰ চোৰাং বেহা

  • খাদিমুলৰ ঘৰৰ পৰা বুজন পৰিমাণৰ চোৰাং পেট্র’ল, ডিজেল উদ্ধাৰ কৰে।

গোলাঘাটত চোৰাং তেলৰ বৃহৎ‍ ঘাটি উৎখাত
দেৱভূমি দ্বাৰকাত প্ৰধানমন্ত্ৰী মোডীয়ে আজি উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম দলং 'সুদৰ্শন সেতু'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in