গোলাঘাটত আৰক্ষীৰ বিশাল সমদল...

গোলাঘাটত আৰক্ষীৰ বিশাল সমদল...
গোলাঘাটত আৰক্ষীৰ বিশাল সমদল...

ডিজিটেল সংবাদ গোলাঘাটঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি গোলাঘাট চহৰত গোলাঘাট আৰক্ষীৰ উদ্যোগত এক বিশাল সমদল উলিওৱা হয়। হাতে হাতে ত্ৰিৰংগা পতাকা লৈ উলিওৱা আৰক্ষীৰ এই সমদলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত অনুষ্ঠিত এই শোভাযাত্রাত সহযোগ কৰে সামৰিক,অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ প্রায় দ্বি- শতাধিক ৰাইজে।

গোলাঘাটত আৰক্ষীৰ বিশাল সমদল...
পালেপাৰাৰ কৃতি শিক্ষক ৰজনী কলিতাৰ মৃত্যুঃ বিভিন্ন অনুষ্ঠানৰ শোক প্ৰকাশ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in