New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
কাকপথাৰ দিৰাক কপাহতলি সেনা ছাউনিৰ সন্মুখত গ্রেনেড বিস্ফোৰণ।
-
বাইকেৰে অহা দুই দুৰ্বৃত্তই গ্রেনেড নিক্ষেপ কৰি ঘটনাস্থলীৰ পৰা পলায়ন।
-
বৰ্তমানেও লাভ কৰা নাই কোনো হতাহতৰ খবৰ।
Also Read: কৰ দি মৰ !