New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
গোলাঘাটৰ কমাৰবন্ধা আৰক্ষী চকীত চাঞ্চল্য।
থানাৰ পৰাই পলাল ধৃত ড্রাগছ সৰবৰাহকাৰী।
পলায়ন কৰা ধৃত সৰবৰাহকাৰীটোৰ নাম যোগল কিশোৰ গগৈ।
থানাত আহাৰ খাবলৈ দিওঁতেই সুযোগ বুজি পলায়ন কৰে যোগলে।
যোগল কিশোৰ গগৈৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
Also Read: জঘন্যঃ ধৰ্ষণত ব্যৰ্থ হৈ মহিলাক হত্যাৰ চেষ্টা বৃদ্ধৰ...